Guwahati Pollution Situation : দ্বিতীয় দিল্লীৰ দিশে গুৱাহাটী ! ভয়ংকৰ বায়ু প্ৰদূষণ গুৱাহাটী মহানগৰীত দিল্লী হ'বলৈ আগবাঢ়িছে গুৱাহাটী মহানগৰী ! প্ৰদূষণৰ ভয়ানক প্ৰভাৱ গুৱাহাটীত । ক্ৰমে জটিল হৈছে গুৱাহাটীৰ বায়ু প্ৰদূষণৰ পৰিস্থিতি (air pollution situation c
Guwahati Pollution Situation : দ্বিতীয় দিল্লীৰ দিশে গুৱাহাটী ! ভয়ংকৰ বায়ু প্ৰদূষণ গুৱাহাটী মহানগৰীত দিল্লী হ'বলৈ আগবাঢ়িছে গুৱাহাটী মহানগৰী ! প্ৰদূষণৰ ভয়ানক প্ৰভাৱ গুৱাহাটীত । ক্ৰমে জটিল হৈছে গুৱাহাটীৰ বায়ু প্ৰদূষণৰ পৰিস্থিতি (air pollution situation complex in Guwahati) । কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া সমীক্ষাত ভয়ংকৰ তথ্য । দেশৰ সৰ্বাধিক প্ৰদূষিত নগৰ-মহানগৰৰ তালিকাত অসমৰ আন চাৰিখন নগৰো অন্তৰ্ভুক্ত । Guwahati Pollution Situation : দ্বিতীয় দিল্লীৰ দিশে গুৱাহাটী ! ভয়ংকৰ বায়ু প্ৰদূষণ গুৱাহাটী মহানগৰীত দিল্লী হ'বলৈ আগবাঢ়িছে গুৱাহাটী মহানগৰী ! প্ৰদূষণৰ ভয়ানক প্ৰভাৱ গুৱাহাটীত । ক্ৰমে জটিল হৈছে গুৱাহাটীৰ বায়ু প্ৰদূষণৰ পৰিস্থিতি (air pollution situation complex in Guwahati) । কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া সমীক্ষাত ভয়ংকৰ তথ্য । দেশৰ সৰ্বাধিক প্ৰদূষিত নগৰ-মহানগৰৰ তালিকাত অসমৰ আন চাৰিখন নগৰো অন্তৰ্ভুক্ত ।
